भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
कृतप्रियाश्लेषमिव स्फुरन्तीष्वसियष्टिषु / गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु
kṛtapriyāśleṣamiva sphurantīṣvasiyaṣṭiṣu / guptapraviṣṭamiva ca śyāmāsu vanapaṅktiṣu
ঝলমল তৰোৱালৰ শাৰীত যেন প্ৰিয়াৰ আলিঙ্গন কৰা হ’ল; আৰু শ্যাম বনপংক্তিত যেন কোনোবাই গোপনে প্ৰৱেশ কৰিলে।