भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
पलायितं रणेवीरमनुसर्त्तुमनौचिती / इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः
palāyitaṃ raṇevīramanusarttumanaucitī / iti tāḥ samarānnityāstasminkāle vyaraṃsiṣuḥ
‘ৰণত পলায়ন কৰা বীৰক অনুসৰণ কৰা অনুচিত’—এই বুলি নিত্যাসকলে সেই সময়ত সমৰৰ পৰা বিরত হ’ল।