अतःस्वबलनाशेन भृशं क्रुद्धाश्चमूचराः / एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन्
ataḥsvabalanāśena bhṛśaṃ kruddhāścamūcarāḥ / ekodyamena śastraughairnakulīṃ tāmavākiran
সেয়ে নিজৰ বল নষ্ট হোৱাত তেওঁলোক অতিশয় ক্ৰুদ্ধ হৈ একেলগে উদ্যত হৈ অস্ত্ৰবৃষ্টিৰে সেই নকুলীক আচ্ছন্ন কৰিলে।