ललितापरमेश्वरी-सेनाजय-यात्रा
Lalitā Parameśvarī’s Army-March for Victory
चापबाणौ चर्मखड्गौ दधाना दिव्यकान्तयः / भण्डासुरवधार्थाय प्रवृत्ताः कुम्भसम्भव
cāpabāṇau carmakhaḍgau dadhānā divyakāntayaḥ / bhaṇḍāsuravadhārthāya pravṛttāḥ kumbhasambhava
দিব্য কান্তিতে দীপ্ত হৈ তেওঁলোকে ধনু-বাণ আৰু ঢাল-খড়্গ ধাৰণ কৰিলে; হে কুম্ভসম্ভৱ, ভণ্ডাসুৰ বধাৰ্থে তেওঁলোক আগবাঢ়িল।