ललितापरमेश्वरी-सेनाजय-यात्रा
Lalitā Parameśvarī’s Army-March for Victory
चतुर्भुजा भुजद्वन्द्वधृतचर्मकृपाणकाः / मदरक्तविलोलाक्ष्यस्तासां नामानि मच्छृणु
caturbhujā bhujadvandvadhṛtacarmakṛpāṇakāḥ / madaraktavilolākṣyastāsāṃ nāmāni macchṛṇu
তেওঁলোক চতুৰ্ভুজা; বাহুদ্বন্দ্বত চর্ম আৰু কৃপাণ ধাৰণ কৰে। মদে ৰক্তিম চঞ্চল নয়নযুক্তা তেওঁলোকৰ নাম মোৰ পৰা শুনা।