Vaivāhika-utsava (Martial Procession of Lalitā’s Śakti-Senā) / वैवाहिकोत्सवः
अथ श्रीदण्डनाथाया निर्याणपटहध्वनिः / उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत्
atha śrīdaṇḍanāthāyā niryāṇapaṭahadhvaniḥ / uddaṇḍasindhunisvānaścakāra badhiraṃ jagat
তেতিয়া শ্ৰীদণ্ডনাথাৰ যাত্ৰা-পটহৰ ধ্বনি উন্মত্ত সাগৰ-গর্জনৰ দৰে উঠি, যেন সমগ্ৰ জগতক বধিৰ কৰি দিলে।