Bhaṇḍāsuraprādurbhāva
Rise and Consecration of Bhaṇḍāsura
त्वामेवाश्रित्य राचैन्द्र सदा दानवसत्तमाः / निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः
tvāmevāśritya rācaindra sadā dānavasattamāḥ / nirbhayāstriṣu lokeṣu carantīcchavihāriṇaḥ
হে ৰাজেন্দ্ৰ! তোমাৰেই আশ্ৰয় লৈ দানৱশ্ৰেষ্ঠসকল সদায় নিৰ্ভয়ে ত্ৰিলোকত ইচ্ছামতে বিচৰণ কৰে।