Bhaṇḍāsuraprādurbhāva
Rise and Consecration of Bhaṇḍāsura
त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम् / मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे
tvaṃ tu śīghramito gatvā bhaṇḍaṃ daiteyanāyakam / mohayitvācireṇaiva viṣayānupabhokṣyase
তুমি সোনকালে ইয়াৰ পৰা গৈ দৈত্যনায়ক ভণ্ডক মোহিত কৰা; অচিৰেই তুমি বিষয়সুখ ভোগ কৰিবা।