Bhaṇḍāsuraprādurbhāva
Rise and Consecration of Bhaṇḍāsura
ऋचो यजूंषि सामानि मीमांसान्यायकादयः / प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा
ṛco yajūṃṣi sāmāni mīmāṃsānyāyakādayaḥ / pravartante sma daityānāṃ bhūyaḥ pratigṛhaṃ tadā
সেই সময়ত দৈত্যসকলৰ ঘৰে ঘৰে পুনৰ ঋক্, যজুঃ, সাম, মীমাংসা, ন্যায় আদি শাস্ত্ৰ প্ৰচলিত হ’বলৈ ধৰিলে।