मोहिनी-प्रादुर्भावः (Mohinī’s Manifestation) — Narrative Prelude to the Bhandāsura Cycle
इत्युक्त्वा शतरुद्रीयमुपादिशदमेयधीः / ननाम शतशो रुद्रं शतरुद्रियमाजपन्
ityuktvā śatarudrīyamupādiśadameyadhīḥ / nanāma śataśo rudraṃ śatarudriyamājapan
এইদৰে কৈ অমেয় বুদ্ধিধাৰীজনে শতৰুদ্ৰীয়ৰ উপদেশ দিলে। তাৰ পিছত শতৰুদ্ৰীয় জপ কৰি কৰি তেওঁ শতবাৰ ৰুদ্ৰক প্ৰণাম কৰিলে।