एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः / कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते
evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ / kṛtatretādiyuktānāṃ manorantaramucyate
এইদৰে কৃত-ত্রেতা আদি যুক্ত চতুৰ্যুগসমূহৰ একসপ্ততিৰ অধিক সংখ্যাক ‘মন্বন্তৰ’ বুলি কোৱা হয়।