Yuga-Vibhāga and Kāla-Pramāṇa
Measures of Time and the Four Yugas
सप्तैव नियुतान्याहुर्वर्षाणां मानुषेण तु / विंशतिश्च सहस्रामि कालः स द्वापरस्य च
saptaiva niyutānyāhurvarṣāṇāṃ mānuṣeṇa tu / viṃśatiśca sahasrāmi kālaḥ sa dvāparasya ca
মানৱ-বছৰৰ গণনাত দ্বাপৰযুগৰ কাল সাত নিয়ুত আৰু বিশ সহস্ৰ বছৰ বুলি কোৱা হৈছে।