Nīlakaṇṭha-nāmotpatti-kathana
Origin of the Epithet “Nīlakaṇṭha”
ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः / कस्त्वं कुतो वा कि चेह तिष्ठसे वद मे विभो
tato māmabravīdbrahmā sarvalokanamaskṛtaḥ / kastvaṃ kuto vā ki ceha tiṣṭhase vada me vibho
তাৰ পিছত সৰ্বলোকনমস্কৃত ব্ৰহ্মাই মোক ক’লে— ‘হে বিভো, তুমি কোন? ক’ৰ পৰা আহিছা? আৰু ইয়াত কিয় থিয় হৈ আছা? মোক কোৱা।’