सर्वेषामुत्तरे मेरुलोङ्कालोकश्च दक्षिणे / विदूरभावादर्कस्य भूमिलेखावृतस्य च
sarveṣāmuttare meruloṅkālokaśca dakṣiṇe / vidūrabhāvādarkasya bhūmilekhāvṛtasya ca
সকলোৰে উত্তৰে মেৰু, আৰু দক্ষিণে লোঙ্কালোক। সূৰ্যৰ দূৰত্ব আৰু ভূমিৰেখাৰ আৱৰণৰ কাৰণেই (এনে দেখা যায়)।