प्लक्षद्वीपवर्णनम्
Description of Plakṣa-dvīpa
अंबिकेयात्परो रम्यः सर्वौंषधिसमन्वितः / केसरी केसरयुतो यतो वायुः प्रजापतिः
aṃbikeyātparo ramyaḥ sarvauṃṣadhisamanvitaḥ / kesarī kesarayuto yato vāyuḥ prajāpatiḥ
অম্বিকেয়ৰ পৰে ৰম্য দেশ, সকলো ঔষধিৰে সমন্বিত; কেশৰ-যুক্ত কেশৰী পৰ্বতৰ ওচৰত য’ত বায়ু প্ৰজাপতি বিরাজ কৰে।