प्लक्षद्वीपवर्णनम्
Description of Plakṣa-dvīpa
शाल्मलस्तु समुद्रेण सुरोदेन समावृतः / विस्तराच्छाल्मलस्वैव समे न तु समन्ततः
śālmalastu samudreṇa surodena samāvṛtaḥ / vistarācchālmalasvaiva same na tu samantataḥ
শাল্মলদ্বীপ ‘সুৰোদ’ নামৰ সাগৰে আৱৃত। বিস্তাৰত ই শাল্মলৰ সমান, কিন্তু সকলো দিশত সৰ্বত্ৰ সমান নহয়।