प्लक्षद्वीपवर्णनम्
Description of Plakṣa-dvīpa
द्वीपर्धस्य परिक्षिप्तः पर्वतो मानसोत्तरः / स्थितो वेलासमीपे तु नवचन्द्र इवोदितः
dvīpardhasya parikṣiptaḥ parvato mānasottaraḥ / sthito velāsamīpe tu navacandra ivoditaḥ
দ্বীপৰ অর্ধাংশক পৰিবেষ্টন কৰা ‘মানসোত্তৰ’ পৰ্বত তীৰৰ ওচৰত এনেদৰে অৱস্থিত, যেন নবচন্দ্ৰ উদিত হৈছে।